Home কবিতা প্ৰেম আৰু চকুলো- আব্দুৰ ৰহিম প্ৰেম আৰু চকুলো- আব্দুৰ ৰহিম person©Admin July 08, 2023 0 share প্ৰেম আৰু চকুলতবৈ আহে এখন শান্ত সমাহিত নৈযাৰ কুল কুল সুৰত ধ্বনিত হয়মানৱতাৰ এটা শ্লোগান।যৌৱনৰ কোহে কোঁহেএটা গানৰ স্বৰতআকাশ খন স্তব্ধ হয়জোন বেলি তৰাইতিপিয়াই মাতেস্বৰ্গৰ নন্দন বনলৈতিলোত্তমা তোমাৰ ৰাজ্যত প্ৰেমৰ বন্যামই এতিয়াএখন শান্ত সমহিত কুল কুল নৈ। Tags আব্দুৰ ৰহিমকবিতা Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ