প্ৰেম আৰু চকুলো- আব্দুৰ ৰহিম

©Admin
0
প্ৰেম আৰু চকুলত
বৈ আহে এখন শান্ত সমাহিত নৈ
যাৰ কুল কুল সুৰত ধ্বনিত হয়
মানৱতাৰ এটা শ্লোগান।

যৌৱনৰ কোহে কোঁহে
এটা গানৰ স্বৰত
আকাশ খন স্তব্ধ হয়
জোন বেলি তৰাই
তিপিয়াই মাতে
স্বৰ্গৰ নন্দন বনলৈ
তিলোত্তমা তোমাৰ ৰাজ্যত প্ৰেমৰ বন্যা
মই এতিয়া
এখন শান্ত সমহিত কুল কুল নৈ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)