মই শূণ্য - সূৰজ বৰগোহাঁই

©Admin
0

মোৰ নিজৰ বুলিবলে একো নাই
মই আছোঁ
সেই থকা কাৰণেই সুখী
তাৰ বাদে সকলো আনে মোক পিন্ধাই দিয়া
কিছুমান মালা
সুখ- দুখ, আবেগ- অনুভৱ মোৰ শৰীৰ ক্ষন্তেকৰ আৱৰণ
মোৰ প্ৰাৰম্ভিতেও একো নাছিল
অন্তিমতো একো নাথাকিব
মই শূণ্য
শূণ্যতেই মোৰ সহস্ৰ সুখ, আনন্দ.....

                                           :সূৰজ বৰগোহাঁই, 
                                           

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)