ফুল পাহি -জয়শ্ৰী হাতীমূৰীয়া

©Admin
0
এপাহ শুকান মৰহি যোৱা ফুল পাহি ,
য'ত পানী দিবলেও কোনো নাই ।
ফুল পাহিক ডাঙৰ দীঘল হোৱাত 
সহায় কৰিছিল বৰষুণ যাকে ,
হে বৰষুণ যাক যেন 
বতাহে উৰুৱাই কৰবাত পোৱাইছে গৈ ।।
সকলো ফুল পাহিত কাঁইট নাথাকে
সেইবাবে ভয় নকৰিবা ,
ফুল পাহিক জীয়াই থাকিব
সহায় কৰিবা সকলো ফুল পাহিক
জীয়াই ৰাখিবলৈ চেষ্টা কৰিবা ।
ফুলে সুগন্ধ বিলাই ,
ফুল নহলে সন্দৰ্য্য নাথাকে ,
ফুলে আমাক জীয়াই থকা উৎসা জগাই ।।

                

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)