মোৰ মৰমৰ বান্ধৱী সংযুক্তা ••জয়শ্ৰী হাতীমূৰীয়া

Sibani Baruah
0
আজি মোৰ আটাইতকৈ মৰমৰ
বান্ধৱীজনীৰ জন্ম দিন ,
তোলৈ বহুত বহুত জন্ম দিনৰ শুভেছা থাকিল,
আজি হয়টো আমি লগত নাই বাবে 
পাহৰি গ'লো বুলি নাভাৱিবি ফোন কৰি 
শুভেচ্ছা নিদিয়াৰ বাবে ।
তোক‌ আজি উপহাৰ দিব পৰা নাই 
সেইবাবে তোলৈ বুলি এটি সৰু কবিতা 
উপহাৰ হিচাপে দিব খুজিছোঁ ।
মোৰ মৰম আৰু ভালপোৱাবোৰ
আঁকোৱালি ল'বি ,
তোৰ প্ৰতি থকা ভালপোৱাবোৰ
মোৰ  সদাই থাকিব
তই মোৰ একমাত্ৰ বান্ধৱী আছিলি
কিছুমান ভুল শুদ্ধ মোক শুধৰাই দিছিলি
ভবা নাছিলোঁ কাহানিও তোক
এনেদৰে এৰি দিব লগিব বুলি,
কিছুমান বাধ্যত পৰি  আৰু 
কিছুমান ভুল ধাৰণাত  পৰি।
সেয়া মই ভুল কৰিলোঁ নে 
ভাল কৰিলোঁ নেজানো ।
এটা কথা মনত ৰাখিবি তোৰ প্ৰতি থকা ভালপোৱা
সেই আগৰ দৰেই আছে ।তোৰ বিয়া খন খাবলৈ মোৰ বৰকৈ আশা আছিলে
মাতিবলৈ পাহৰি নেজাবি একমাত্ৰ 
তোৰ মৰমৰ বান্ধৱী জয়শ্ৰী।।

             ✍️জয়শ্ৰী‌ হাতীমুৰিয়া
                 জোনাকী নগৰ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)