সাধাৰণ জ্ঞান -কুইজ

©Admin
0
(১) Google কোন চনত আবিষ্কাৰ কৰা হৈছিল ?
উত্তৰ: ১৯৯৮
(২) অসমত কেতিয়া প্ৰথম খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল ?
উত্তৰ: ১৮৬৭ চনত
(৩) বৰ্তমান অসমৰ মহকুমা কেইটা আছে ?
উত্তৰ: ৭৮ টা
(৪) ‘স্বৰ্গ নাৰায়ণ’ উপাধি গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল ?
উত্তৰ: চুহুংমুং
(৫) ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয় ?
উত্তৰ: ২৪ ফেব্ৰুৱাৰী তাৰিখে
(৬) আলাবৈ ৰণ কেতিয়া সংঘটিত হৈছিল ?
উত্তৰ: ১৬৬৯ চনত
(৭) অসমত বন গৱেষণা কেন্দ্ৰ ক’ত আছে ?
উত্তৰ: যোৰহাটত আছে ।
৮) কোনখন মহাসাগৰত’ বাৰ্মুদ্ৰা ত্ৰিভূজ’ অৱস্থিত ?
উত্তৰ: ভাৰত মহাসাগৰ
(৯) হিউৱেন চাঙে কিমান চনত অসম ভ্ৰমণ কৰিছিল ?
উত্তৰ: ৬৪০ খ্ৰীষ্টাব্দত
(১০) ব্ৰাহ্ম সমাজৰ প্ৰথম অধিবেশন ক’ত হৈছিল ?
উত্তৰ: কলিকতাত
(১১) মিচিং সকলৰ গ্ৰাম্য আদালতখনৰ নাম কি ?

উত্তৰ: কৌবাং
(১২) প্ৰথম তৰাইনৰ যুদ্ধ কেতিয়া হৈছিল ?
উত্তৰ: ১১৯১ চনত
(১৩) ‘বিলাতৰ চিঠি’ নামৰ ভ্ৰমণ কাহিনীৰ ৰচক কোন ?
উত্তৰ: জ্ঞানদাভিৰাম বৰুৱা
(১৪) ক’লা দিৱস কোন তাৰিখে পালন কৰা হয় ?
উত্তৰ: ৩০ অক্টোবৰ তাৰিখে ।
(১৫) বিশ্বৰ সকলোতকৈ বেছি ধূমপায়ী দেশ কোনখন ?
উত্তৰ: চীন

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)