মিলিক উঠাই নিয়ে কাল বানপানীয়ে••ছেলিমা বেগম

Sibani Baruah
0
চাৰিওফালে কেৱল চিঞৰ, মিলিৰ মাক বাগানৰ পৰা দৌৰি ঘৰলৈ আহি কোনো মতে খোৱা বস্তু অলপ লৈ টোপোলা বান্ধিলে ।মা মই খৰি কেইটা লৈছোঁ ভাত ৰান্ধিবলৈ , বহুত ভোক লাগিছে । দলংখন পাৰ হ'বলৈ লওঁতে বানপানীৰ প্ৰবল সোঁতে দলং ভাঙি মিলিক উটুৱাই লৈ যায় । আজিও মায়ে ভাত ৰান্ধিবলৈ লওঁতে এই দৃশ্য চকুৰ সন্মুখত আহি আমনি কৰে। মাকৰ মুখৰ পৰা এটা বিকট চিঞৰ ওলাই "মিলি ভাত খাব.. "ll

✍️ছেলিমা বেগম
 নগাঁও

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)