জীয়া জীৱনৰ যান্ত্ৰণাকাতৰ বিননি ••প্ৰতিভা ফুকন

©Admin
0
কোনে শুনিব কোনে বুজিব
জীয়া জীৱনৰ যান্ত্ৰণাকাতৰ বিননি ।
কোনে শুনিব পাষান পিতৃৰ মানসিক অত্যাচাৰ সহ্য কৰা কাহিনী।
জীৱন মাথোঁ এটি শব্দ
অপ্ৰকাশিত জীয়া কাহিনী জীৱনৰ অংগ
পাষান পিতৃৰ মুখত অশ্লীলতাৰ গুণগুণনি,
এইয়াই জীয়া জীৱনৰ যন্ত্ৰণাকাতৰ বিননি।
অহংকাৰত ডুবি যোৱা পাষাণ পিতৃ,
তুমি কি বুজিবা এই সৃষ্টি কি ??
ধন , মাটি অহংকাৰত দগ্ধ হোৱা ফিৰিঙতি 
মৃত্যুৰ কিৰিলি নুশুনা তুমি দানৱৰ অধিকাৰী।

             

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)