দৈনিক সাধাৰণ জ্ঞান কুইজ শিতান

©Admin
0
(১) ‘ইয়ং ইণ্ডিয়া’ গ্ৰন্থখনৰ লেখক কোন ?
উত্তৰ: মহাত্মা গান্ধী
(২) বৈষ্ণৱ ধৰ্মৰ মূল দেৱতা কোন ?
উত্তৰ: ভগবান বিষ্ণু
(৩) কাছাৰৰ প্ৰাচীন নাম কি আছিল ?
উত্তৰ: হিৰিম্বা
(৪) কাৰ দিনত হাজোত হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল ?
উত্তৰ: ৰঘূদেৱ
(৫) দিল্লীক ভাৰতৰ ৰাজধানী স্বীকৃতি কোন চনত প্ৰদান কৰে ?
উত্তৰ: ১৯৩১ চনত
(৬) অসমত কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে ?
উত্তৰ: ২ খন
(৭) ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয় ?
উত্তৰ: ২৫ জানুৱাৰী
(৮) ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজৰ পৰ্বতমালা ?
উত্তৰ: বৰাইল
(৯) মহীশূৰৰ নতুন নাম কি ?
উত্তৰ: কৰ্ণাটক
( ১০) বুৰঞ্জীৰ আধাৰত ৰচিত লক্ষ্মীনাথ বেজবৰুৱাৰ নাটকখনৰ নাম কি ?
উত্তৰ: জয়মতী কুঁৱৰী

সংগ্ৰাহক :দীপ্তি কুমাৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)