আমি অসমীয়া- পাপৰি দাস

©Admin
0
আমি অসমীয়া য'তেই নাথাকোঁ কিয়......।
       আমাৰ এটাই পৰিচয়;আমি অসমীয়া,
সীমান্ততে হওঁক বা পাহাৰ-ভৈয়ামতে হওঁক;
       আমাৰ এটাই পৰিচয়;আমি অসমীয়া.....।।
শত শত বাধা বিঘিনিৰ মাজতো আমাৰ
        পৰিচয় অটুট ৰাখিম;
আমি নৈপৰীয়া অসমীয়া......।।
        পাহাৰ,পৰ্বত,সাগৰ-মহাসাগৰ নেওচি পাৰ হৈ
আহি এটাই পৰিচয় দিম,
         আমি অসমীয়া.......।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)