৩ আগষ্ট ••ইতিহাসত আজিৰ দিনটো

©Admin
0

৩ আগষ্ট হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২১৫তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৫০টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

১/আজিৰ দিনটোতে ১৩৪৭ চনত আলাউদ্দিন হাছান ওৰফে জাফৰ খানৰ বাহমনি সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা হয়।

২/ আজিৰ দিনটোতে ১৯৮০ চনত ভাৰতীয় ল'ন বলাৰ লাভলী চৌবেৰ জন্ম হৈছিল।

৩/ আজিৰ দিনটোতে ১৯৮৪ চনত ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল ছেত্ৰীৰ জন্ম হৈছিল।

৪/আজিৰ দিনটোতে ১৯৫৯ চনত অসমৰ এগৰাকী বাস্তৱবাদী কবি ভবানন্দ দত্তৰ মৃত্যু হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)