সাধাৰণ জ্ঞান -কুইজ

©Admin
0

১/কোন খন ৰাজ্যই ৰাজ্যিক শক্তি দক্ষতা সূচক ২০২০ ত শীৰ্ষস্থান দখল কৰিছে?

উত্তৰ:- কৰ্ণাটক ।

২/প্ৰতি বছৰে সমগ্ৰ বিশ্বত বিশ্ব মিতব্যয়ী দিৱস কোন তাৰিখে পালন কৰা হয়?

উত্তৰ:-  ৩১ অক্টোবৰ 

৩/ কোন খন দেশে বিশ্বৰ সৰ্ববৃহৎ হাইড্ৰজেন ফুৱেল চেল পাৱাৰ প্লাণ্ট উদ্বোধন কৰিছে?
উত্তৰ:-  দক্ষিণ কোৰিয়া  ।

৪/ টাইমছ হায়াৰ এডুকেশ্বন ৰ বিশ্ব খ্যাতি ৰেংকিং 2021 ত ভাৰতীয় প্ৰতিষ্ঠানবোৰৰ ভিতৰত কোনটো প্ৰতিষ্ঠান শীৰ্ষস্থানত আছে?
উত্তৰ:- আই আই এছচি বাংগালোৰ 

৫/শেহতীয়াকৈ মৃত্যু হোৱা ড° মাধৱন কৃষ্ণন নায়াৰ কিহৰ সৈতে জড়িৰ আছিল?

উত্তৰ -অংকলজিষ্ট  ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)