১/ আজিৰ দিনটোতে ১৯৪৭ চনত জৱাহৰলাল নেহৰুৱে অন্তৰ্ৱতী চৰকাৰ গঠন কৰে আৰু লৰ্ড মাউণ্ট বেটেনে তেখেতক স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী হিচাপে নিযুক্তি দিয়ে।
২/ আজিৰ দিনটোতে ১৭৬১ চনত ইংৰাজ ধৰ্মযাজক উইলিয়াম কেৰী জনৰ জন্ম হৈছিল।
৩/আজিৰ দিনটোতে ১৯৬৯ চনত নোবেল বঁটা বিজয়ী পদাৰ্থবিজ্ঞানী অটষ্টাৰ্নৰ মৃত্যু হৈছিল।
৪/ আজিৰ দিনটোতে ১৯৬০ চনত আফ্ৰিকাৰ দেশ গেবনে স্বাধীনতা লাভ কৰে।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ