পাগল-মঃ হানিফুৰ ৰহমান

©Admin
0
হয়, 
মই পাগল! 
মোৰ আইৰ বাবে চাগে, 
সেই আইতেই মোৰ 
জীৱন ওমিব চাগে ।

ভাবিম চাগে মোৰ 
আইৰ আকাশৰ বাবে, 
উৰিম ডেউকা মেলি
নিজৰ আইৰ বাবে। 

অ' মোৰ আই, 
তোৰ কথা ভাবি মোৰ 
সকলো হেৰাই,
মাত তোৰ শুণিবলৈ যেন পাগল হৈ পৰো
যেন মোৰ হেৰাই বিলাই

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)