অহংকাৰ- দেইজী কাৰ্খ বৰদলৈ

©Admin
0
অহংকাৰ বেছি।
বহুত অহংকাৰ।
কিন্তু,,
কিয় ইমান অহংকাৰ??
কিহৰ কাৰণে অহংকাৰ??
টকা পইছাৰ কাৰণে অহংকাৰ।।
সা সম্পত্তিৰ কাৰণে অহংকাৰ।।
সেইটো আচলতে ভুল ধাৰণা।।।
টকা পইচা সা সম্পত্তি কোনেও মৰাৰ সময়ত লগত লৈ যাব নোৱাৰে।।।
কেইটামান দিনৰ কাৰণে
ইমান অহংকাৰ কৰি লাভ নাই।
মানুহৰ জীৱনটো ক্ষন্তেকীয়া।।।
আজি আছে।।
হয়তো কাইলে নাই।।
গতিকে দুদিনমানৰ কাৰণে ইমান অহংকাৰ কৰাৰ দৰকাৰ নাই।।

✍️ দেইজী কাৰ্খ বৰদলৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)