জীৱন মানেই সংগ্ৰাম- লক্ষীপ্ৰিয়া দাস

©Admin
0
সংগ্ৰাম এক সফল
       জীৱনৰ সংগী,
জীৱনটোত বয়সৰ তুলনাত
      বহু বেছি অভিজ্ঞতা
বুটলিছো আধৰুৱা জীৱনৰ
        অসফল সপোনবোৰ
     পূৰণ কৰাৰ প্ৰচেষ্টাত।
সময়ৰ লগত খোজ মিলাই
    মাথোঁ আগুৱাই গৈছো
        সপোনৰ দিশে,
এদিন হয়তো সপোনবোৰে 
   সফলতাৰ শীৰ্ষ চুব
যদিহে সংগ্ৰামৰ সংগী
ৰূপে থিয় দিয়ে  সময়ে।
                 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)