বিলাসী প্ৰেম-লহৰজ্যোতি মৰাণ

©Admin
0
অভিমানী মনটোৱে
বাৰে বাৰে ঠেৰ পাতি
জীৱন নামৰ সংগ্ৰাম
যুঁজত হাৰি গৈছে।। 


জীৱনৰ অনুভৱবোৰ
তোমাৰ নামত আঁকি দিছো
এজাক ধুমুহাৰ দৰেই
নিলাজী গোপন কোণত।। 


অভিমানী থুনুকা মাতে
বুজাব পৰা নাই, 
হৃদয়ৰ বিলাসীতা ভাষা।। 


সুখী জীৱন গঢ়ি ৰখাত 
সংগোপন অনুভৱবোৰো 
আজি ভাগৰি গৈছে, 
এচেৰেঙা পোহৰৰ মাজত
বিলাসী প্ৰেমৰ সন্ধানত।।


✍️লহৰজ্যোতি মৰাণ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)