চিৰসুন্দৰ-নিবেদিতা ডিম্পল

©Admin
0
সৰ্বযুগৰ সৰ্বশ্ৰেষ্ঠ " চিৰসুন্দৰ"
ল’ৰাজনটো আপুনিয়েই হয়
মোৰ  দৃষ্টিৰ
আপুনি যে এখন বাগিচাৰ
হালধীয়া , নীলা , ক'লা 
গোলাপ কেইপাহৰ মাজত 
ফুলি থকা এপাহ  সুন্দৰ
ৰক্ত গোলাপ ।
যিপাহ ৰক্ত গোলাপ দেখিলেই
সকলোৰে হ্নদয় পৰি যায় শাত ।
আপুনি সদায়ে  জিলিকি থাকক
এপাহ ৰক্ত গোলাপ হৈ
মোৰ বুকুত , হেজাৰজনী
অনুৰাগীনীৰ বুকুত
আপোনাৰ সৌন্দৰ্য্য
কেতিয়াও ম্লান হ'বলৈ নিদিব দেই ।


*নিবেদিতা ডিম্পল*

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)