বিশ টকা- ইমৰুল কয়েচ

©Admin
0
ৰাতি আনুমানিক ১১:০০ টা মান বাজে। মেলাত তেতিয়াও প্ৰচণ্ড ভিৰ। মোৰ হঠাৎ চকু পৰিল পুহমহীয়া ঠাণ্ডাত পাতল চোলা আৰু এটা হাফ- প্যান্ট পৰিহিত আঠ -ন বছৰীয়া ল'ৰা এজনৰ ওপৰত।দাৰিদ্রতাৰ ছাঁৰে তেওঁৰ গোটেই শৰীৰ আবৃত। ল'ৰা জন নাগৰ দোলাৰ সন্মুখত থিয় হৈ টিকট কাটি সোমাই যোৱা মানুহ বোৰৰ ফালে একেথৰে চাই আছিল। মই লাহে লাহে গৈ ল'ৰা জনৰ ওচৰত থিয় দিলো আৰু মই কিবা সোধাৰ আগতেই ল'ৰা জনে মোক সুধিলে- "নাগৰ দোলাত উঠোতে কিমান টকা লাগে?"
মই ৫০ টকা বুলি কোৱা মুহূর্তেই তেওঁৰ মুখখন মলিন হৈ পৰিল আৰু মুখৰ আকৃতি এনেকুৱা হ'ল যেন ডাঙৰ এটা সপোন তেওঁ নিমিষতেই হেৰাই পেলালে। আকৌ ভঙা ভঙা মাতেৰে মোক সুধিলে- "তেনেহ'লে ২০ টকা দিলে মানে উঠিব নিদিয়ে?"

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)