এটা দৰিকনা মাছ- অজয় ডেকা

©Admin
0
মেঘৰ টোপালত পমি গ'ল এটা দৰিকনা মাছ
নিশাৰ কোলাত পৃথিৱী
কুকুৰী কণা আইন আদালত 
উচুপনি ছাঁ দিয়া গছৰ ।

অজলা-কজলা‌ বুবা এই সমাজ
আই‌ তই মুলাগাভৰু হ' নতুবা 
এটাৰ পাছত আকৌ এটা দৰিকনা মাছ 
আজিও গৈছে কালিলৈকো যাব 
মেঘৰ টোপালত পমি।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)