বিশ্বাস••সংযুক্তা দত্ত

©Admin
0
'জোনবাই এ' বেজি এটি দিয়া
 বেজি নো কেলেই?
 মোনা চিলাবলৈ
 মোনা নো কেলেই ?
ধন ভৰাবলৈ
ধন নো কেলেই ?
হাতী কিনিবলৈ
হাতী নো কেলেই ?
উঠি ফুৰিবলৈ
হাতীত উঠিলে কি হয়?
বৰ মানুহ হয়!
হাতীত উঠি পানীৰাম ঘৰলৈ যায়
আলিবাটৰ মানুহে ঘূৰি ঘূৰি চায় '

   .... জোনাক নিশা চোতালত বহি জোনবাই লৈ চাই ৰিধিয়ে আইতাকৰ সৈতে এই পদ্যটো গাই আছিল।
...... হঠাৎ ৰিধিয়ে আইতাকক সুধিলে আইতা.. আইতা.. মই জোনবাই দেশলৈ যাব পাৰিম নে? 
....আইতাকেও ৰিধিৰ কণমাণি মনটোৰ কৌতুহ'ল জানিব পাৰি মূৰত হাত ফুৰাই ক'লে ... ৰিধি তুমি এদিন নিশ্চয় যাব পাৰিবা ।

                   ✍🏻সংযুক্তা দত্ত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)