হেৰাই গ'ল
স্বাৰ্থতাৰ বাটত ।
বিশ্বাস হেৰাই গ'ল
হতাশাময় হৃদয়ৰ পৰা ,
আশাময়ী হাতখন
নিৰাশীয় হৈ পৰিল ...
মুখে মুখে প্ৰচাৰিত
অচিন দেশৰ সুবাস
অমৃতৰ সমান ।
ভ্ৰমণে দিয়ে
এক শান্তিৰ পৰশ ,
প্ৰকৃতিৰ ৰূপ চকুৰে চালে
অতুলনীয় ।
✍️ৰুম্পী দাস
ভালুকমাৰী ৰাণীপুখুৰী, হোজাই
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ