মন যায়- পাপৰি দাস

©Admin
0
মন যায় মোৰ পখিলা হ'বলৈ 
    ফুলে ফুলে উৰি ফুৰিবলৈ।
মন যায় মোৰ কুলি চৰাই হ'বলৈ 
    কুলিৰ দৰে মিঠা গীত গাবলৈ।
মন যায় মোৰ জোনাকী পৰুৱা হ'বলৈ
    এন্ধাৰ ৰাতি উৰি ফুৰিবলৈ।
মন যায় মোৰ সাহিত্যিক হ'বলৈ
     সাহিত্যৰ পথাৰখনত সপোনৰ বীজ সিচিবলৈ।
মন যায় মোৰ চন্দ্ৰ হ'বলৈ 
    ৰাতিৰ আকাশত পোহৰ বিলাবলৈ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)