সাধাৰণ জ্ঞান -কুইজ

©Admin
0
১/নীল নদী কোন নদীৰ অন্তৰ্গত?
উত্তৰ - আৰ্য ।
২/ অসমত কিমান শতাংশ লোকে অসমীয়া ভাষা কয়?
উত্তৰ -৬০% ।
৩/হিন্দী ভাষালৈ অনুদিত হোৱা প্ৰথম অসমীয়া কিতাপখনৰ নাম কি?
উত্তৰ - চিত্ৰ ভাগৱত।
৪/ অনাতাঁৰ যোগে প্ৰচাৰ অসমীয়া ভাষাৰ প্ৰথম নাট কোনখন?
উত্তৰ -বীণ বৰাগী।
৫/অসমীয়া ভাষাত বৰ্তমানলৈকে সৰ্বাধিক সংখ্যক কিতাপ লিখা সাহিত্যক গৰাকী কোন?
উত্তৰ - ৰঞ্জু হাজৰিকা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)