তেওঁৰ কথাৰে-মন নেওগ

©Admin
0
ঠাইডোখৰ অলপ আন্ধাৰ...
চিকিমিকি ছায়াৰ চকুৰে নমনা লুকা-ভাকু....
হঠাৎ জানো ক’ৰ পৰা আন্ধাৰমুখী ডাৱৰ এচপৰা আহিল...
এচাটি শীতল বতাহ.....
তাৰ পাছতেই আৰম্ভ মোৰ প্ৰিয় 
বৰষুণ জাকৰ অনুভূতিবোৰৰ লগত হেতালি খেল.....
এটোপ... দুটোপ...
শেষত গোটেই শৰীৰটো তিয়াই নিলে.....
উফ্ কি যে শান্ত! এই বৰষুণ জাক...
অস্থিৰ অনুভৱ বোৰকো যেন
শান্ত কৰি দিব পাৰে...
কিন্তু তেওঁ বাৰু
এনেকৈয়ে বৰষুণ জাকৰ অনুভৱবোৰ
বুকুত বান্ধি লয় নে??

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)