২৩ ছেপ্টেম্বৰ~আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য

@admin
0
  • ২০০১ - ভাৰত আৰু পাকিস্তানৰ ওপৰত থকা আমেৰিকাৰ অৰ্থনৈতিক নিষেধাজ্ঞা প্ৰত্যাহাৰ হয়।
  • ২০০৯ - ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই অ'চেনচেট -২ৰ(Oceansat-2) সৈতে ৭টা উপগ্ৰহ মহাকাশত সংস্থাপিত কৰে।
  • ২০১৮ - বিশ্বৰ সৰ্ববৃহতৎ বিনামূলীয়া স্বাস্থ্য সেৱা মোডীকেয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)