জীৱন সংগী••জয়শ্ৰী হাতীমূৰীয়া

@admin
0
জীৱনত এজন ভাল জীৱন সংগী পাব লৈ বহুত ভাইগবান হব লাগিব । আজি কালি বহুতো প্ৰেমিক প্ৰেমিকাৰ মাজত বা বিবাহ হিতা পৰিয়াল মাজত ,বহুতো সন্ধে বা বহুতে নিজৰ ভাল পোৱা মানুহ জনক এৰি থৈ আন এজনৰ লগত থাকিবলৈ চেষ্টা চলাই আৰু বহুতো এতিয়া তেনে দৰে চলি আছে ।
কিন্তু তোমাৰ ভুল আৰু তোমাৰ অবুজ মন্টোক আৰু জিদী মণ্টোক যিকোনো পৰিস্থিততে তোমাৰ হতে লগ দি কাজিয়া খং নকৰি মৰমেৰে বুজায় তোমাৰ প্রতি থকা ভাল পোৱা খিনিক লৈ তোমাক যিকোনো পৰিস্থিতিৰ পৰা ভাষাৰে বুজায় উলিয়াই আনি তোমাক অকুৱালি লব , তোমাৰ ভুল খিনীক শুদ্ধ কৰি আগুৱাই নিব তেঁও তোমাৰ একমাত্ৰ ভাল পোৱা জীৱন সংগী । 
এতো নহৈ যে তোমাৰ অতীতৰ কথা কিছুমান লৈ তুমি কৰা কিছুমান সৰু সৰু ভুল বোৰ লৈ তোমাৰ হতে কাজিয়া খং সঘনাই অতীতৰ কথা উলিয়াই খুচৰি তোমাক অশান্তি সৃষ্টি কৰি থাকিব সেয়া নহৈ , ঠিক তোমাক তেঁও খুব বেছি কৈ ভাল পায় তোমাৰ হতে আগ বাঢ়ি যাব খোজে কিন্তু সেয়া নহৈ যে তোমাৰ ভুল বিলাগ লগত লৈ আগ বাঢ়ি যাব হেতু শুধৰাই বা পাহৰি আগ বাঢ়ি যোৱা তু শুদ্ধ বুলি ভাবো আৰু ভাল পোৱা জীৱন সংগী তেঁওক বিচাৰক যুনে তোমাৰ হতে হাঁহি হাঁহি জীৱন পাৰ কৰিব পৰি ।।
 
                

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)