প্ৰভাত-শতাব্দী শৰ্মা

©Admin
0
ৰজনী দূৰ কৰি 
জগতত কিছু নিস্তব্ধতাৰ ৰহণ সানি,
সগৌৰৱে ভুমুকি মাৰে 
পুৱাৰ বেলিটিয়ে। 
ডাৱৰৰ আঁৰে আঁৰে ,
ৰূপালী আবেশ।
মন মগজুত প্ৰৱেশ কৰে ,
কিছু ইতিবাচকতাই ।
বেলিটিও ইতিবাচকতাৰেই 
অন্য ৰূপ। 
পুৱাৰ মুক্ত বিহংগজাকে ,
কলৰৱ তুলি দিয়ে কৰ্মৰ আগজাননী।
আৰম্ভ হয় এটি নতুন প্ৰভাতৰ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)