শৰৎ মানেই যেন নিয়ৰত ভিজা দুবৰিৰ কোমল দলিছা।
শৰৎ মানেই যেন নীল গগনত
বিচৰণ কৰা ,
সকলোৰে দেহ মন পুলকিত কৰা জোনবাইৰ স্নিগ্ধ জোনাক ।
শুভ্ৰ কঁহুৱাজাকে নদীৰ পাৰে পাৰে ,
নাচি উঠিল আকাশৰ কোলাহল ।
সেউজীয়া দলিছাবোৰেও হাঁহি উঠিল ,
নৈশ স্বপ্ন হৈ শেৱালীয়ে ক'লে এয়াই শৰতৰ আগমন ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ