আজিৰ দিনটোৰ তাৎপৰ্য

@admin
0

******আজি চেতনা দিৱস ৷ অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ প্ৰতি সন্মান জনাই আজিৰ পৰা ০২ জানুৱাৰীলৈ "অসমীয়া জাতীয় জীৱন সংগঠন পষেক" পালন কৰা হয় ৷

******ৰাষ্টসংঘৰ উদ্যোগত আজি বিভিন্ন দেশত আন্তঃৰাষ্ট্ৰীয় অধিবাসী দিৱস পালন কৰা হয় ৷

******বিশ্বৰ প্ৰথমটো দূৰ সংযোগ উপগ্ৰহ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা এটলাচ নামৰ ৰকেটৰ দ্বাৰা উৎক্ষেপন কৰা হয়,১৯৫৮ চনৰ আজিৰ দিনটোতে ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)