আত্মপক্ষ••হেমেন হাজৰিকা

@admin
0
চিনাকি এটা লাগে
বুকুখন ফুলাই
দহজনৰ আগত
ঠিয় হ'বলৈ  ।

এখন চকী
ডিঙিত গামোচা
হাতত দেখুৱাই থকাকৈ
এটা ম'বাইল
দামি গাগলছ এযোৰ  ।

নিৰ্দেশ দিবৰ বাবে চকী
ইটো সিটো বহুতো
নতুন চিনাকি
এটা মৰ্যাদা
চিন থৈ যাৱ পৰাকৈ সময় বালিত

      

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)