Home সাঁথৰ অসমীয়া সাঁথৰ অসমীয়া সাঁথৰ personRinku Rajowar September 24, 2023 0 share চুই চা চুই চা, চুই দিলে পইছা (কেৰেলুৱা)ৰঙাকৈ বামুণটি খোজ কাঢ়ে খৰ, পিছফালে দেখি আহিছোঁ বাঁহৰ তলত ঘৰ (আমৰলি পৰুৱা)টিঁ টিঁ কৈ টিঞা, কঁকালটি চিঞা; হনুমন্ত ভাই, মানুহ খেদি যায় (বৰল) Tags সাঁথৰ Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ