যʼত সুন্দৰ সুন্দৰ
সপোন দেখিছিলোঁ।।
কিন্তু,এটা সময় আহিল
যেতিয়া ভাল লগা সপোনবোৰ
মনলৈ নহা হʼল;
আবেগ বোৰ , অনুভূতি বোৰ
পৰ্য বসিত হʼল শুকান
বালি চাপৰিলৈ।
জীৱনটো কোনো এক
নিৰ্দিষ্ট বৃত্তৰ ভিতৰত
আবদ্ধ হৈ পৰিল ;
ঠিক যেন
একুৰিয়ামত বন্দী মাছ।
শৈশৱৰ পৰাই যি
গতিময়তা লাভ
কৰিছিলোঁ,,
জীৱনৰ
আধাবাটতে সেই
গতিময়তা হেৰুৱাই পেলালো।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ