আজন্ম প্ৰেমিক••সূৰজ বৰগোহাঁই

©Admin
0
যি বতাহে মোৰ শৰীৰত মৌ বৰষা চুমা যাঁচি যায়,
যি বৰষুণৰ ভিজা ভিজা অনুভৱে মোৰ হৃদয় মৰমত বোৱায়;
যি দৃশ্যই মোৰ দুচকুত আশাৰ সোণালী পোহৰ উপচায়।

মই তেওঁক ভাল পাওঁ,

মৰ্মে মৰ্মে অনুভৱ কৰোঁ
মই যে তেওঁৰ আজন্ম প্ৰেমিক.......।

                                     
✍️সূৰজ বৰগোহাঁই, ধেমাজি
                                    

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)