বন্দীত্ব••মাৰ্জিনা বেগম

©Admin
0
এজাক বৰষুণে 
প্ৰাণ চঞ্চল কৰে
 পৰ্বত -পাহাৰ,
 নৈ,জান-জুৰিৰ বুকু ।
আৰু মই .........!
ৰুক্ষতাৰ আচ্ছাদনত
 বন্ধ কোঠাত বন্দী থাকোঁ ।
যিদৰে হাঁহিৰ আৱৰণত
 বন্দী কৰি ৰাখিছোঁ 
যন্ত্ৰণা কাতৰ মন ,
তথাপি ভাল পাওঁ
বিচাৰোঁ এজাক বৰষুণ,
ভাল পাওঁ সেউজ টিলাবোৰ 
বোৱঁতী নৈ, জান-জুৰিৰ সুৰ।

✍️মাৰ্জিনা বেগম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)