২১ ছেপ্তেম্বৰ ইতিহাসত আজিৰ দিনটো

©Admin
0
২১ ছেপ্টেম্বৰ হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৬৪তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১০১টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল-
১/ আজিৰ দিনটোতে ১৯৪৯ চনত মণিপুৰ ভাৰতৰ লগত অন্তৰ্ভুক্ত হয়।
২/ আজিৰ দিনটোতে ১৭৩৭ চনত  আমেৰিকান লেখক আৰু আমেৰিকাৰ প্ৰথম জাতীয় পতাকা আৰ্হি নিৰ্মাতা ফ্ৰান্সিছ হ'পকিনছনৰ জন্ম হৈছিল।
৩) আজিৰ দিনটোতে ১৫৭৬ চনত  ইটালীৰ এজন গণিতজ্ঞ আৰু বিজ্ঞানী। ঋণাত্মক সংখ্যাৰ বাবে জনাজাত গিৰ'লাম কাৰ্ডান'ৰ মৃত্যু হৈছিল।
৪/ আজিৰ দিনটোতে ১৯৮৮ চনত ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ল'ন বল খেলুৱৈ নয়নমণি শইকীয়াৰ জন্ম হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)