জীৱন-দৃলীনা দাস

Rinku Rajowar
0
জীৱন মানেই জন্ম মৃত্যুৰ সমাহাৰ,
জীৱন মানেই সুখ দুখ , 
প্ৰেম মৰম ভালপোৱা
কৰ্তব্য যন্ত্ৰণা, 
হাঁহি চকুলোৰে ভৰা 
এক প্ৰক্ৰিয়া । 
আচৰিত মানৱ জীৱন !
কোন মহা শূন্য ভেদি
আহিছিলো ,
আকৌ কোন 
মহাশূন্যলৈ গুচি যাম।
     

📌দৃলীনা দাস( নিৰৱপ্ৰিয়া)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)