২৮ ছেপ্তেম্বৰ ইতিহাসত আজিৰ দিনটো

©Admin
0

২৮ ছেপ্টেম্বৰ  হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৭১তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৯৪ টা দিন বাকী থাকে।এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল-

১/আজিৰ দিনটোতে ১১০৬  চনত ইংলেণ্ডৰ ৰজা প্ৰথম হেনৰীৰ নৰ্মাণ্ডি অধিকাৰ হয়। ইংলেণ্ড আৰু নৰ্মাণ্ডিৰ পুনৰ একত্ৰীকৰণ হয়।

২/ আজিৰ দিনটোতে ১৮৫২ চনত  ন'বেল জয়ী ফৰাচী ৰসায়ন বিজ্ঞানী, ফ্ল'ৰিনৰ আৱিষ্কাৰক হেনৰী  মইছানৰ জন্ম হৈছিল।

৩/আজিৰ দিনটোতে ১৮৯৫ চনত ফৰাচী ৰসায়ন আৰু অনুজীৱ বিজ্ঞানী, টিকা দিয়া নীতি বা সূত্ৰৰ উদ্ভাৱক লুই পাষ্টৰৰ মৃত্যু হৈছিল।

৪/আজিৰ দিনটোতে ২০০৪ চনত ইংৰাজী ভাষাৰ প্ৰখ্যাত ভাৰতীয় সাহিত্যিক মুলক ৰাজ আনন্দৰ মৃত্যু হৈছিল।

৫/আজিৰ দিনটোতে বিশ্ব জলাতঙ্ক দিৱস।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)