সাধাৰণ জ্ঞান -কুইজ

©Admin
0
১/ কলা শিৰোমণি বঁটা’ লাভ কৰা অসমৰ মুখ্যমন্ত্ৰী গৰাকী কোন?

উত্তৰ : হিতেশ্বৰ শইকীয়া। (১৯৯১ চনত তেওঁ এই সন্মান লাভ কৰে)।

২/২০০৫ চনত কাৰ নেতৃত্বত বি. টি. এ. ডি. ৰ কাৰ্যবাহী পৰিষদ গঠিত হৈছিল?

উত্তৰ : হাগ্ৰামা মহিলাৰী।

৩/ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল কোন আছিল?

উত্তৰ : চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী।

৪/ফাডাৰ অৱ মডাৰ্ণ ইণ্ডিয়া’ বুলি কাক কোৱা হয়?

উত্তৰ : ৰাজা ৰামমোহন ৰায়।

৫/প্ৰথম ভাৰতীয় মেগাছেছ বঁটা বিজয়ী গৰাকী কোন?

উত্তৰ : আচাৰ্য বিনোৱা ভাৱে (১৯৫৮ চন)।

৬/কোন চনৰ পৰা ভাৰতত প্ৰথম ডাক টিকট প্ৰচলন কৰা হয়?

উত্তৰ : ১৯৫৪ চনত।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)