শিক্ষাগুৰু- সীতা দেৱী

©Admin
0
প্ৰজ্বলিত আভাৰে জাতিষ্কাৰ,
ন ন আলোক সন্ধানী,
জ্ঞান আৰু প্ৰজ্ঞাৰ পথপ্ৰদৰ্শক,
সত্য আৰু সহনশীলতাৰ পূজাৰী,
মানৱতাৰ মূল মন্ত্ৰৰ বাহক,
তিমিৰ আঁতৰাই পোহৰৰ অন্মেষক,
মানৱ ৰত্নৰ খনিকৰ,
সভ্যতা আৰু সংস্কৃতিৰ আদৰ্শস্বৰূপ,
জীৱনৰ আদিপাঠ দাতা,
ত্যাগ আৰু জ্ঞানৰ মূৰ্ত্ত প্ৰতীক,
হে মহান শিক্ষাগুৰু,
এই পবিত্ৰ ক্ষণত,
সশ্ৰদ্ধাৰে প্ৰণিপাত জনাইছোঁ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)