নামঘৰ••পৰিস্মৃতা দত্ত

Rinku Rajowar
0
নামঘৰ নামঘৰ
শংকৰগুৰুজনাই প্ৰতিষ্ঠা কৰা
অসমীয়াৰ পৱিত্ৰ উপাসনা ঘৰ 
নাথাকে কোনো উচ্চ- নীচ ,পৰ 
থাকে মাথোঁ সত্য-শিৱ- সুন্দৰ। 

অসমীয়াৰ শিৰৰ মুকুত নামঘৰ
মণিকূটৰ মধ্যাংশত গুৰুৰ আসন
হৰি নাম লৈ ভকতসৱে কৰে নমন।

নামঘৰত শুনো পুৱা-গধূলি 
শংখ,ডবাৰ ধ্বনি
চৌদিশে বিয়পি পৰে
হৰিনামৰ ধ্বনি।  

 📌পৰিস্মৃতা দত্ত , শিৱসাগৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)