ভাইৰেল••দৃলীনা দাস

Rinku Rajowar
0
 অনুপম প্ৰকৃতিৰ অনুপম 
 সৃষ্টিক নকৰে কোনেও 
 ভাইৰেল । 
 নুশুনা নুগুঠা অলাগতিয়াল
 কথাক সকলোৱে কৰে 
 ভাইৰেল । 
 যি কথাই কৰে আনক
 সমালোচনা 
 আনৰ দুস্কৃতিক 
 হয় অতি ভাইৰেল , 
 কিন্তু ভাল কথাই
 নহয় ভাইৰেল । 
 নিউজ চেনেল খুলিবই নোৱাৰি 
 অকল ভাইৰেল কোনো নাৰী 
 নহ'লে নিৰ্যাতিত পুৰুষৰ 
 নাইবা পৰ পুৰুষৰ আগমনে
 হোৱা নোহোৱা কথাক ভাইৰেল। 
 কেইদিন মান আগত 
 শুনিলো বিধান সভাৰ
 লৈ ভাইৰেল কিন্তু 
 হ'ল জানো ভাইৰেল 
 জোনমণি ৰাভাৰ হত্যা কাণ্ডৰ ।
 নাই নহয় ভাইৰেল কিন্তু 
 জুবিনে কৰা এটা কথাই 
 কৰি দিলে ভাইৰেল 
 এটি নতুন খাদ্য 
 যি পায় দীঘলী পুখুৰীৰ পাৰত
 তেওঁলোকো হ'ল ভাইৰেল 
 আচলতে আমাৰ মাজত লুকাই থকা 
 প্ৰতিভা বোৰ নহয় কোনো দিন ভাইৰেল ।

     ****নিৰৱপ্ৰিয়া ( দৃলীনা দাস) 
              ছৈখোৱা

 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)