সাধাৰণ জ্ঞান -কুইজ

©Admin
0
১/ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয় ?
উত্তৰ: ২৪ ফেব্ৰুৱাৰী তাৰিখে ।
২/ব্ৰাহ্ম সমাজৰ প্ৰথম অধিবেশন ক’ত হৈছিল ?
উত্তৰ: কলিকতাত।
৩/মিচিং সকলৰ গ্ৰাম্য আদালতখনৰ নাম কি ?
উত্তৰ: কৌবাং।
৪/বিলাতৰ চিঠি’ নামৰ ভ্ৰমণ কাহিনীৰ ৰচক কোন ?
উত্তৰ: জ্ঞানদাভিৰাম বৰুৱা।
৫/ক’লা দিৱস কোন তাৰিখে পালন কৰা হয় ?
উত্তৰ: ৩০ অক্টোবৰ তাৰিখে ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)