১৪ ছেপ্টেম্বৰ ইতিহাসত আজিৰ দিনটো

©Admin
0

১৪ ছেপ্টেম্বৰ  হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৫৭তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১০৮টা দিন বাকী থাকে।এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল-

১/আজিৰ দিনটোতে ১৮৯৭ - বাল গংগাধৰ তিলকক ১৮ মাহৰ বাবে কাৰাদণ্ড দিয়া হৈছিল।

২/ আজিৰ দিনটোতে ১৯৩৯ - কেন্দ্ৰীয় আইন সভাৰ পৰামৰ্শ নকৰাকৈ ভাৰতক প্ৰথম মহাসমৰত জড়িত কৰাৰ প্ৰতিবাদত কংগ্ৰেছৰ আইন সভা ত্যাগ কৰে।

৩/আজিৰ দিনটোতে ১৭৭৪ - চনত ভাৰতৰ গৱৰ্নৰ জেনেৰেল  লৰ্ড ৱিলিয়াম বেণ্টিংকৰ জন্ম হৈছিল।

৪/ আজিৰ দিনটোতে ১৮৬৮ চনত ভাৰতীয় সংস্কৃত শিক্ষক মথুৰাৰ অন্ধ ঋষি হিচাপে জনাজাত বীৰজানন্দ দণ্ডীশাৰ মৃত্যু হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)