ত্ৰিকোণমিতি••হেমেন হাজৰিকা

Rinku Rajowar
0
য় কাৰ যুক্ত গতিপথ
আউল লাগে প্ৰতি ক্ষণ
উজুতি খাই
হেৰুৱাই অমূল্য ৰতন  ।।

হেৰুৱাই ঘুৰাই নোপোৱা
ক্ষণৰ মালিতা
স্নানৰতা নৰ্তকীৰ
নুপুৰৰ আমন্ত্ৰণ
প্ৰত্যাখান নহয়  ।

মাতাল নিশাৰ সংযোগ
হেৰালেই যেনিবা
কিয় নিমিলে ত্ৰিকোণমিতি
জীৱন অংকৰ  ।।

        ✍️হেমেন হাজৰিকা
               ৰাণী
        কামৰূপ (ম ) অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)