তুমিয়েই সকলো••আলমিনা খাতুন

Rinku Rajowar
0
স্বাৰ্থপৰ জগতত তোমাৰ স্বাৰ্থহীন প্ৰেমে মোক জগত জিনিবলৈ দিছে।
তোমাৰ প্ৰেমে মোক জীয়াই থাকিবলৈ ধাউতি আগবঢ়াইছে।
এই যে মোৰ  আধা আধৰুৱা সঁ‌পোনবোৰ সম্পূৰ্ণ হৈছে।
সঁ‌পোনবোৰ জীয়াই উঠাৰ এক নতুন সন্ধান নামক তুমি পাইছে।
নিৰ্জনতাই আগুৰি ধৰা মোৰ আন্ধাৰ জীৱনটোত তুমি নামক চাকি গছা জ্বলি উঠিছে।
আশাতীত জীৱনটোত এক নতুন হেপাঁ‌হ নামক তুমি আৱিৰ্ভাৱ হৈছে।
মই বিচৰা তুমি নামক এক সুন্দৰ হৃদয় পাইছোঁ।       
উৰিব নোৱাৰা চৰাইটোৱে তুমি নামক পাখি লগাই উৰিবৰ হৈছে।
শেষৰ পৰা আৰম্ভ হৈছে,শূণ্যৰ পৰা পূৰ্ণ হৈছে,তোমাতেই বিলীন হৈছোঁ।
তোমাৰ স্পৰ্শই মোক আকাশলৈ বিলীন কৰিছে।


✍️আলমিনা খাতুন 
৮০১১৭২০৫৩৩
জিলা কোকৰাঝাৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)