মই এজনী ধৰ্ষিতা••অক্ষয় জ্যোতি বৰা

©Admin
0
আজি চিঞৰি চিঞৰি ক'ব মন গৈছে, মই এজনী ধৰ্ষিতা। আজি সমাজৰ আগত মই মুখ উলিয়াব নোৱাৰোঁ। সমাজ খনে মোক ইতিকিং কৰে, কাৰণ মই এজনী ধৰ্ষিতা।
    মোৰ ভূলটো ক'ত? মইটো নিজ ইচ্ছাৰে একো কৰা নাই।
    জীৱ শ্ৰেষ্ঠ মানৱ...
     ‌‌ নিজকে মানুহ বুলি কবলৈ লাজ লগা হৈছে। মানৱৰূপি চাৰি
পাষণ্ডই পথৰ পৰাই গাড়ীৰে মোক উঠাই লৈ গৈছিল।
    দুখ-যান্ত্ৰণাৰে ভৰা নিশাটো কেনেকৈ যে পাৰ কৰিছিলোঁ! বিচনা খন তেজেৰে ৰাঙলী যেনেতেনে পাষণ্ড কেইটাৰ পৰা সাৰি আহিছিলো সেই ঘটনাটো মনত পৰিলে আজিও বুকু খন কঁপি উঠে। 
     মোৰ পৰিয়ালটোৰ দুখ ক'ত....? সমাজে যে ইতিকিং কৰে...!! মোৰ বাবে যে পৰিয়ালটোক হাঁহিয়টিৰ পাত্ৰ কৰিছে কিয়...?? 
  সমাজৰ‌ হাতত ইয়াৰ উত্তৰ আছে নে.....??

               ✍️ অক্ষয় জ্যোতি বৰা 
       ফোন -৬০০১৮৯৮৭৫০

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)