সপোনৰ পথ••ৰঞ্জু গায়ন (বৰুৱা )

Unknown
0
ব্যস্ত হৈ থকা পথতো তাৰ বাবে যেন এটা চিনাকী পথ । সি সদায় ব্যস্ত পথৰ কোলাহলপূৰ্ণ পৰিৱেশটোৰ মাজতে আঁঠুকেইটা চপাই পথটোৰ কাষৰলৈ কুচি-মুচি বহি ৰৈছিল । মাজে মাজে সন্মুখৰ ফালে সি তাৰ শেঁতাপৰা হাতখন আগবঢ়াই দিয়ে । বহু বিৰতিৰ অন্তত কেতিয়াবা কিটিঙকৈ এটা শব্দ হয় । তাৰ হাতখন তেতিয়া সামান্য পৰিমাণৰ গধুৰ যেন অনুভৱ হয় । তেতিয়া তাৰ ধূসৰ হৃদয়ত আকৌ জীয়াই থকাৰ সপোনবোৰে পোখা মেলে                    


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)