অসমৰ সমস্যা••গীতাৰ্থ মজিন্দাৰ

Rinku Rajowar
0
বৰ্তমান সময়ত অসমত বিভিন্ন সমস্যাৰে গা কৰি উঠিছে। এই সমস্যাবোৰ দিনক দিনে বৃদ্ধি পাই অহাৰ ফলত অসমৰ উন্নতিৰ ক্ষেত্ৰত নানা প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে। সেই কাৰণে অসমত আজি সকলো থকাৰ পাছতো বেলেগ ৰাজ্যৰ তোলনাত অসম আজি বহু ক্ষেত্ৰত পিছ পৰি আছে। অসমৰ বিভিন্ন সমস্যাৰ ভিতৰত প্ৰধান সমস্যা হল নিবনুৱা সমস্যা। নিবনুৱা সমস্যা বৃদ্ধি পোৱাৰ প্ৰধান কাৰণ হ'ল জনসংখ্যা বৃদ্ধি। সাধাৰণ অৰ্থত যিবোৰ লোকে শিক্ষিত হৈ কোনো কৰ্ম সংস্থাপন নোপোৱাৰ ফলত ঘৰতে থাকিব লগা হোৱাৰ অৱস্থা টোকে নিবনুৱা বুলি কয়। নিবনুৱা মানে শিক্ষিত আৰু অশিক্ষিত দুয়োটাকে বুজোৱা হয়।
     এইদৰে নিবনুৱাকে ধৰি অসমত বিভিন্ন সমস্যা যেনে বানপানী সমস্যা, খাদ্য সমস্যা, উগ্ৰপন্থী সমস্যা, ইত্যাদি।
  এই চাৰিটা প্ৰধান সমস্যা যদিও অসমত ইয়াৰ বাহিৰেও বহুতো সমস্যাৰে অসমত আবৰি আছে। চৰকাৰে বহু ক্ষেত্ৰত যোগ্য ব্যক্তি নিয়োগ নোহোৱায়েও সমস্যা সমূ্হৰ লগত মিলি অনেক বাধা সৃষ্টি কৰি আহিছে।

📌গীতাৰ্থ মজিন্দাৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)