অহিংসাৰ তৰোৱাল••মাৰ্জিনা বেগম

Unknown
0
" ইমান  দিনে মই তোমাৰ সৈতে শত্ৰুতা কৰি আহিছোঁ, নানা প্ৰকাৰে তোমাক আঘাত কৰিছো। কিন্তু  মই হাৰি গ'লো তোমাৰ আদৰ্শ অহিংসাৰ তৰোৱালৰ আগত  ......।"
          আজি পাঁচ বছৰীয়া শত্ৰুতাৰ  সমাপ্তি ঘটিল । তেওঁ হাতখন আগবঢ়াই দি ক'লে---
  "ধন্যবাদ"  । 
  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)