মা মই চাকৰি কৰিম,তোমালোকক কোনো ধৰণৰ কষ্ট নিদিম!তই এতিয়ালৈকে আড্ডা দি আছ,সোনকালে ৰেডী হ দৰাই ঘৰ আহি পালেহি!গোটেইদিনটোক খাই আৰু শুই থাক,ঘৰত কাম বন নাই নেকি?এইখন বাপেকৰ ঘৰ নহয়।"ভালকৈ পঢ়া,কাম বন একো কৰিব নালাগে,এদিন ভাল মানুহ হ'বা,সময় অযথা নষ্ট কৰিব নালাগে,সময় বৰ মূল্যবান" বৰকৈ মনত পৰি আছে মা।
✍️আলমিনা খাতুন
৮০১১৭২০৫৩৩
সাপটগ্ৰাম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ